SeekNLearn.in - Page 6 of 7 - Seek for it and learn it

মোৰ চিন্তা

মোৰ চিন্তাৰ পৰিসৰ, চিন্তা কৰি নাপাবা, মোৰ চিন্তাৰ দীঘ, চিন্তা কৰি নাপাবা , মোৰ চিন্তা অসীম, তুমি ঢুকি নাপাবা । মোৰ চিন্তাত ঘটা ঘটনা, চিন্তা নকৰা, মোৰ চিন্তাৰ আবেগ, অনুভৱ নকৰা , মোৰ চিন্তাৰ বিষয়, তোমাৰ একো কাম নকৰা । Read more…

PicsArt 03 16 08.33.34 মোৰ চিন্তা