ধুমুহা

নেজানো সেই ধুমুহজাকৰ আদি ক’ত? অন্ত ক’ত ? কিন্তু তাই নিশ্চয় জানে সৃষ্টি ক’ত? পাগলীৰ দৰে আহিছিল তাই হৃদয় চুৰমাৰ কৰিবলৈ মোৰ মাজলৈ বা কি মধুৰতা, তাইৰ চাৰিপাশে, জিলিকিছিল বিজুলীৰ চিকমিকনি, উজলাই তুলিছিল মো ৰ চাৰিপাশে ৷ কিন্তু ভবা নাছিলো, Read more…