ধুমুহা

নেজানো সেই ধুমুহজাকৰ আদি ক’ত? অন্ত ক’ত ? কিন্তু তাই নিশ্চয় জানে সৃষ্টি ক’ত? পাগলীৰ দৰে আহিছিল তাই হৃদয় চুৰমাৰ কৰিবলৈ মোৰ মাজলৈ বা কি মধুৰতা, তাইৰ চাৰিপাশে, জিলিকিছিল বিজুলীৰ চিকমিকনি, উজলাই তুলিছিল মো ৰ চাৰিপাশে ৷ কিন্তু ভবা নাছিলো, তাইৰ এই সৌন্দৰ্য যে মোৰ বাবে ৰৌদ্ৰ বা: কি অশ্চাৰ্য Read more…

মোৰ চিন্তা

মোৰ চিন্তাৰ পৰিসৰ, চিন্তা কৰি নাপাবা, মোৰ চিন্তাৰ দীঘ, চিন্তা কৰি নাপাবা , মোৰ চিন্তা অসীম, তুমি ঢুকি নাপাবা । মোৰ চিন্তাত ঘটা ঘটনা, চিন্তা নকৰা, মোৰ চিন্তাৰ আবেগ, অনুভৱ নকৰা , মোৰ চিন্তাৰ বিষয়, তোমাৰ একো কাম নকৰা । মোৰ চিন্তা, মোৰ মন, মোৰ চিন্তা, মোৰ ধন । মোৰ Read more…

মিছা কথা ।

মিছা কথা, চাৰিওফালে মিছা কথা । মা দেউতাক কোৱা সকলো কথা, মা দেউতাক দিয়া বিশ্বাস, মা দেউতাৰ আগত খোৱা শপত, সকলো মিছা কথা । মোৰ সমস্যা, মোৰ ইচ্ছা, মিছা কথা । মোৰ চিন্তা , মোৰ ভাৱনা, মোৰ আবেগ, মোৰ কবিতা, সকলো মিছা কথা । কাৰোবাকলৈ আশা, কাৰোবাক লৈ ভৰষা , Read more…