ধুমুহা - SeekNLearn.in

নেজানো সেই ধুমুহজাকৰ আদি ক’ত?

অন্ত ক’ত ?

কিন্তু তাই নিশ্চয় জানে সৃষ্টি ক’ত?

পাগলীৰ দৰে আহিছিল তাই

হৃদয় চুৰমাৰ কৰিবলৈ মোৰ মাজলৈ

বা কি মধুৰতা, তাইৰ চাৰিপাশে,

জিলিকিছিল বিজুলীৰ চিকমিকনি,

উজলাই তুলিছিল মো ৰ চাৰিপাশে ৷

কিন্তু ভবা নাছিলো, তাইৰ এই সৌন্দৰ্য যে মোৰ বাবে ৰৌদ্ৰ

বা:

কি অশ্চাৰ্য !

অাহা ধুমুহা পুনৰ মোৰ কাষলৈ,

ৰই আছো মই তোমালৈ,

এখন বিচুৰ্ণ হিয়াৰ গৰাকী মই মাথো

অাহা ধুমুহা মোৰ কাষলৈ,

 


1 Comment

pinki · 08/04/2018 at 2:33 PM

ooh thanks

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.