মিছা কথা । - SeekNLearn.in

মিছা কথা,
চাৰিওফালে মিছা কথা ।
মা দেউতাক কোৱা সকলো কথা,
মা দেউতাক দিয়া বিশ্বাস,
মা দেউতাৰ আগত খোৱা শপত,
সকলো মিছা কথা ।
মোৰ সমস্যা,
মোৰ ইচ্ছা,
মিছা কথা ।
মোৰ চিন্তা ,
মোৰ ভাৱনা,
মোৰ আবেগ,
মোৰ কবিতা,
সকলো মিছা কথা ।

কাৰোবাকলৈ আশা,
কাৰোবাক লৈ ভৰষা ,
কাৰোবাৰ প্ৰতি মৰম,
মিছা কথা ।

মিছা কথাতেই,
মোৰ সুখ,
মিছা কথাতেই,
বিপদৰ সন্মুখ ।
আৰু কিমান মিছা কম,
মিছা কৈ আৰু কিমান পিছত ৰ’ম,
আৰু কিমান মিছা শুনিম,
মিছাতেই কিজানি জগত এৰিম ।


2 Comments

Chrinstine · 04/02/2017 at 8:40 PM

I have been surfing online more than three hours today, yet I never found any interesting article like yours.
It’s pretty worth enough for me. Personally, if all web owners and bloggers made good content as you did, the internet will be a lot more
useful than ever before.

Kiersten · 08/02/2017 at 11:49 PM

Everyone love iit whhen folk get together andd sharre opinions.
Greeat blog, continue tthe god work!

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.