Nilam Singha, Author at SeekNLearn.in

এটি সৰু কাহিনী

” হেল্ল’…, হয় মই বৃদ্ধাশ্ৰমৰ পৰা কৈছো । আপুনি যোৱাকালিৰ বাতৰি কাকতত বিজ্ঞাপন এটা দিছিল যে । হয় , আপোনাৰ পোহনীয়া কুকুৰটো, আমাৰ আশ্ৰমতে আছে । বৰ্তমান আপোনাৰ মাতৃৰ লগত খেলি আছে …, আপুনি আহি কুকুৰটো লৈ যাব পাৰিব । ধন্যবাদ ।”