admin, Author at SeekNLearn.in - Page 7 of 7

মই মানসিক ৰোগী

মই মানসিক ৰোগী, নাই মোৰ মনৰ স্থিৰতা, সহিব নোৱাৰো মই, পৃথিৱীৰ অস্থিৰতা । মই মানসিক ৰোগী, নাই মোৰ মনৰ ঠিকনা, আত্মীয়ই এৰিছে মোক, নাই মোৰ স্থায়ী ঠিকনা, মই বাটৰুৱা, মই আধৰুৱা, মই মানসিক ৰোগী, মই ভাগৰুৱা । সমাজত ঠাই নাই মোৰ, মই সমাজৰ জাৱৰ, মই ভোকাতুৰ, খাদ্য মোৰ জাৱৰ । Read more…