নেজানো সেই ধুমুহজাকৰ আদি ক’ত?
অন্ত ক’ত ?
কিন্তু তাই নিশ্চয় জানে সৃষ্টি ক’ত?
পাগলীৰ দৰে আহিছিল তাই
হৃদয় চুৰমাৰ কৰিবলৈ মোৰ মাজলৈ
বা কি মধুৰতা, তাইৰ চাৰিপাশে,
জিলিকিছিল বিজুলীৰ চিকমিকনি,
উজলাই তুলিছিল মো ৰ চাৰিপাশে ৷
কিন্তু ভবা নাছিলো, তাইৰ এই সৌন্দৰ্য যে মোৰ বাবে ৰৌদ্ৰ
বা:
কি অশ্চাৰ্য !
অাহা ধুমুহা পুনৰ মোৰ কাষলৈ,
ৰই আছো মই তোমালৈ,
এখন বিচুৰ্ণ হিয়াৰ গৰাকী মই মাথো
অাহা ধুমুহা মোৰ কাষলৈ,
1 Comment
pinki · 08/04/2018 at 2:33 PM
ooh thanks